অণুগল্পঃ প্ৰতিযোগী ৬

 


অমাৱস্যা

পাহাৰৰ সিটো মূৰে আছিল তাইৰ ঘৰখন । সপোন‌ ভাল পাইছিল তাই,, ভাল পাইছিল জোনাক বোৰ,,, অমাৱস্যা তাইৰ প্ৰিয় নাছিল।
আৰু এদিন সিহঁতে তাইক মাতিছিল........... সেইদিনাৰ পৰাই আকাশত অমাৱস্যা নামিছিল। বৰ্ষা সৰিছিল পৃথিৱীত,,আৰু এতিয়া তাই  জোনাকৰ দেশত।

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়

Post a Comment

1 Comments