অণুগল্পঃ প্ৰতিযোগী ৫

 


আমাৰ আপত্তি নাই


ইচ্ ৰাম কেনেকৈনো জীয়াই থাকিবি অ'ইফালে বোলে কভিড,সিফালে বোলে ভূমিকম্প, বতাহ-ধুমুহা,আকৌ আহিল জেঠতে বানপানী ! এনেকৈ মানুহ ভয়ে ভয়ে জীয়াই থাকিব পাৰে নে? এফালৰ পৰা জ্ঞানীলোক সকলক লৈ গৈয়ে আছে। এইবোৰ কি কৰিছা প্ৰভু!
পিতৃ, মাতৃ হাৰা কিম্বা পুত্ৰ হাৰা আত্মীয় কুটুমক হেৰুৱাই নিঠৰুৱা হোৱাতকৈ সকলোকে একেলগে মাৰি ন-সৃষ্টি কৰা যদি কৰা ,আমাৰ আপত্তি নাই!

লাৱণ্য ৰাণু ফুকন
উত্তৰ লখিমপুৰ,ডাক:খেলমাটি
যোগাযোগ--৭০০২৫৮৭৪৩২

Post a Comment

0 Comments