অণুগল্পঃ প্ৰতিযোগী ৭

 


নাটক

নীনাই আইনাৰ সন্মুখত থিয় হৈ সেন্দুৰকʼন ল'বলৈ গৈ হাত খন আঁতৰাই আনিলে।
এইখিনি লোৱাৰ কিবা মূল্য আছেনে?   এনেওতো তাই সেন্দুৰৰ লোৱা বিধবাহে।
অৱশেষত তাই সমাজক দেখুৱাই কৰি থকা নাটক খনৰ অৱসান ঘটালে।

ঝৰ্নালী শৰ্মা বৰকটকী
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং ৯১০১৮৬০৩৫৯


Post a Comment

1 Comments

Unknown said…
আবেগিক হৈ পৰিলোঁ।