ষষ্ঠ বাৰ্ষিক চিত্ৰাংকণ প্ৰতিযোগিতা ২০২৩ ৰ ফলাফল

অংকুৰণ প্ৰকাশন আৰু মাহেকীয়া শিশু আলোচনী ‘অকণিৰ অংকুৰণ’ৰ উদ্যোগত আয়োজিত ষষ্ঠ বাৰ্ষিক চিত্ৰাংকণ প্ৰতিযোগিতা ২০২৩ ৰ ফলাফলসমূহ--

ক শাখা :
প্ৰথম স্থান : বেদাজ্ঞ দেৱপ্ৰাণ শইকীয়া, কাৰ্মেল স্কুল, যোৰহাট
দ্বিতীয় স্থান : জ্যোতিভ শইকীয়া, জ্যোতি বিদ্যাপীঠ, টীয়ক
তৃতীয় স্থান : ৰচিত পাল, চেইণ্ট মেৰীজ হাইস্কুল, লখিমপুৰ
 

উদগণিমূলক বঁটাৰ বাবে নিৰ্বাচিত ২০ গৰাকী ছাত্ৰ-ছাত্ৰী :
১৷ উপাংগনা গোস্বামী, আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা
২৷ হিমাদ্ৰী বৰা, চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰ, ধলাজান
৩৷ ফাৰহা চুলতানা, ভেলিভিউ স্কুল, লখিমপুৰ
৪৷ অংশুপ্ৰিয়া বৰা, দেৰগাঁও জাতীয় বিদ্যালয়, গোলাঘাট
৫৷ পৰিণীতা হাজৰিকা, ১নং কুৰালগুৰি প্ৰাথমিক বিদ্যালয়, গোলাঘাট
৬৷ ভূমিকা সিংহ, চেইণ্ট মেৰিজ উঃ মাঃ বিদ্যালয়, কামৰূপ
৭৷ সৃষ্টিনন্দা দেউৰী, গুৰুকুল বিদ্যামন্দিৰ স্কুল, শিৱসাগৰ
৮৷ জেচিকা বড়া, গিৰিজানন্দা বিদ্যা মন্দিৰ, যোৰহাট
৯৷ স্নিগ্ধা ৰাণী হাজৰীকা, ১নং কুৰালগুৰি প্ৰাথমিক বিদ্যালয়, গোলাঘাট
১০৷ ছায়াংক শুভম,  জিনিয়াছ একাডেমী, লখিমপুৰ
১১৷ অনুস্কা বৰা, দিল্লী পাব্লিক স্কুল, যোৰহাট
১২৷ কুনাল দাস, বাডচ একাডেমি, সৰভোগ, বৰপেটা
১৩৷ অনুস্কা নাথ, চেইণ্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, উত্তৰ লখিমপুৰ
১৪৷ দেৱলিনা কাশ্যপ, গিৰিজানন্দা বিদ্যা মন্দিৰ, যোৰহাট
১৫৷ মঃ ইৰফানুৰ ৰহমান, গুৰুকুল জাতীয় বিদ্যালয়, চিপাহীখোলা, যোৰহাট
১৬৷ পুনম পেগু, চেণ্টপল হাইস্কুল, মাজুলী
১৭৷ আয়েচা জীয়া শইকীয়া, হলি চাইল্ড ইংলিচ স্কুল, যোৰহাট
১৮৷ প্ৰয়াক্ষী দোলাকাষৰীয়া, জ্যোতি বিদ্যাপীঠ, টীয়ক, যোৰহাট
১৯৷ লুইত নয়ন গগৈ, জ্যোতি বিদ্যাপীঠ, টীয়ক, যোৰহাট
২০৷ অৱনিশা বৰুৱা, শংকৰদেৱ বিদ্যা নিকেতন, যোৰহাট


খ শাখা :
প্ৰথম স্থান : গীতাৰ্থ বৈশ্য, শ্ৰী সত্য সায় বিদ্যা বিহাৰ, গোলাঘাট
দ্বিতীয় স্থান : অৰ্চিছা শইকীয়া, ছেমফৰ্ড, যোৰহাট
তৃতীয় স্থান : ৰিয়ান হাজৰিকা, আইলেণ্ড একাডেমী, মাজুলী

উদগণিমূলক বঁটাৰ বাবে নিৰ্বাচিত ২০ গৰাকী ছাত্ৰ-ছাত্ৰী :
১৷ কৰবী কৃষ্ণা বৰা, চাৰিং মজলীয়া বিদ্যালয়, শিৱসাগৰ
২৷ বিদিশা গগৈ, বনাই উচ্চ মাধ্যমিক বিদ্যালয়, যোৰহাট
৩৷ স্বপনজিৎ দত্ত, টীয়ক জাতীয় বিদ্যালয়, টীয়ক
৪৷ নিলোৎপল বড়া, কনচেপ্ট ইংলিচ স্কুল, তিতাবৰ
৫৷ হিয়া শইকীয়া, ড’ন বস্ক হাইস্কুল, দেৰগাঁও
৬৷ মিছ মেহতাজ বেগম, নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ
৭৷ অভিপ্ৰিয়ম কলিতা, গিৰিজানন্দা বিদ্যা মন্দিৰ, যোৰহাট
৮৷ ভৃগু দাস, শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ
৯৷ প্ৰিয়ুচ কলিতা, জাতীয় বিদ্যালয়, তিতাবৰ
১০৷ গৰীয়সী দত্ত, গুৰুকুল বিদ্যা মন্দিৰ স্কুল, শিৱসাগৰ
১১৷ সাগৰ প্ৰতীম দাস, পাঠশালা শিক্ষাপীঠ আদৰ্শ বুঃ হাইস্কুল, পাঠশালা
১২৷ ঈশানী পূজাৰী, বাল্য ভৱন, যোৰহাট
১৩৷ সুপ্ৰিয়া সাধনীদাৰ, জ্যোতি বিদ্যাপীঠ, টীয়ক
১৪৷ কপিল কিষান বৰা, শংকৰদেৱ শিশু বিদ্যা নিকেতন, নয়াবজাৰ, মাজুলী
১৫৷ কুলদ্বীপ দাস, শংকৰদেৱ শিশু নিকেতন, সৰভোগ, বৰপেটা
১৬৷ বৈষ্ণৱী দাস, কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰ
১৭৷ অনিমেষ অংগন হাজৰিকা, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, গোলাঘাট
১৮৷ বিদ্যুৎ বিকাশ বড়া, জ্যোতি বিদ্যাপীঠ, টীয়ক
১৯৷ গৰিয়সী নাথ, চেণ্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, লখিমপুৰ
২০৷ জোন কলিতা, শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ


গ শাখা :
প্ৰথম স্থান : টেনিশ ৰেগন, পানীন্দ্ৰ বিদ্যালয়, লখিমপুৰ
দ্বিতীয় স্থান : হৃত্বিকা কাশ্যপ, আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা
তৃতীয় স্থান : অভিলাষ দত্ত, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, মাজুলী

উদগণিমূলক বঁটাৰ বাবে নিৰ্বাচিত ২০ গৰাকী ছাত্ৰ-ছাত্ৰী :
১৷ ইস্পিতা দাস, ঝাৰগাঁও হাই স্কুল, তামুলপুৰ, বাক্সা
২৷ সমুদ্ৰ বৰ্মন, শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ
৩৷ জ্যোতিৰূপা ভূঞা, শংকৰদেৱ বিদ্যা নিকেতন, যোৰহাট
৪৷ দখ্যয়িনী প্ৰিয়দৰ্শিনী, কেন্দ্ৰীয় বিদ্যালয়, লখিমপুৰ
৫৷ পাপীয়া পাল, উত্তৰ লখিমপুৰ বালিকা উ: মাধ্যমিক বিদ্যালয়, লখিমপুৰ
৬৷ অন্বেষা দত্ত, গুৰুকুল জাতীয় বিদ্যালয়, চিপাহীখোলা, যোৰহাট
৭৷ মেঘৰাগিনী বৰা, গোলাঘাট জাতীয় মহা বিদ্যালয়, গোলাঘাট
৮৷ গৌৰৱ জ্যোতি বৰদলৈ, ড’ন ব'স্ক' হাইস্কুল, লিচুবাৰী
৯৷ জ্যোতিষ্মান দত্ত, জ্যোতি বিদ্যাপীঠ, টীয়ক
১০৷ সৌৰৱ সৰকাৰ, গড়মূৰ শ্ৰীশ্ৰী পিতাম্বৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়, মাজুলী
১১৷ সমাদৃতা হাজৰিকা, ড’ন ব'স্ক' হাইস্কুল, দেৰগাঁও
১২৷ ৰণিত সাহা, শংকৰদেৱ শিশু নিকেতন, সৰভোগ, বৰপেটা
১৩৷ মানস শৰণীয়া, শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ
১৪৷ সুদৰ্শন শইকীয়া, টীয়ক জাতীয় বিদ্যালয়, টীয়ক
১৫৷ বৃষ্টি বৰগোহাঁই, নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ
১৬৷ অংকুৰ শৰ্মা, গ্ৰীণফিল্ড একাডেমী স্কুল, তিতাবৰ
১৭৷ আনিচা কাদিৰ বড়া, নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ
১৮৷ সংগীতা গগৈ, শশীধৰ ফুকন ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ
১৯৷ নেহা পাঠক, শংকৰদেৱ শিশু বিদ্যা নিকেতন, পাঠশালা
২০৷ জ্যোতিৰ্ময় দাস, শংকৰদেৱ শিশু বিদ্যা নিকেতন, পাঠশালা৷

বিশেষ ঘোষণাঃ

নিৰ্বাচিত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীলৈ অংকুৰণ প্ৰকাশন আৰু মাহেকীয়া শিশু আলোচনী অকণিৰ অংকুৰণৰ তৰফৰ পৰা অভিনন্দন জনোৱা হ'ল। উল্লেখ্য যে আগন্তুক অক্টোবৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অংকুৰণ প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত নিৰ্বাচিত প্ৰতিযোগীসকলৰ বঁটাসমূহ প্ৰদান কৰা হ'ব।

কাৰ্যকৰী সমিতি
অংকুৰণ প্ৰকাশন, যোৰহাট

Post a Comment

0 Comments