অণুগল্পঃ প্ৰতিযোগী ২

 


নাঙঠ কিশোৰীজনী

নাঙঠ কিশোৰীজনী দেখিছা? মোবাইলৰজনী নহয়; ফুটপাথত থকাজনী। উত্তেজনাময়ীজনী নহয়; নিৰ্দয়তা চকুত থকাজনী!.......দেখিছা?

আকাশ দাস, নলবাৰী, ফোন: ৬০০০১৯১৩৭১

Post a Comment

0 Comments