অণুগল্পঃ প্ৰতিযোগী ১

 


লাঞ্চিতা

উচ্চ শিক্ষাৰে শিক্ষিতা উপাসনা কাৰোৰেই ওচৰত হাৰ নমনা ছোৱালী আছিল ৷ এতিয়া সকলো ভদ্ৰ মুখা পিন্ধা কামাতুৰা লম্পট পুৰুষৰ ওচৰত তাই লাঞ্চিতা ৷ নবাৰুণৰ প্ৰেমৰ প্ৰতাৰণাই উপাসনা মানসিকতাক হৰণ কৰিলে ৷ 
তাই যে এতিয়া অলিয়ে গলিয়ে ঘুৰি ফুৰা বস্ত্ৰ বিহীন নিঃসহায় পাগলী জনী ৷

পৰিস্মীতা গগৈ দত্ত 
শিৱসাগৰ (বেতবাৰী)
পো:আ: শুকানপুখুৰী
৬০০২৭৭৭৮৪৪

Post a Comment

0 Comments