অণুগল্পঃ প্ৰতিযোগী ১৮

 


চকুপানীৰ নিৰ্যাতন

ব্ৰজপাতৰ চাৱনিত ফুটবলটিৰ দৰে তাইৰ আকৃতি সিদিনা।উশাহ ল'বলৈ কেৱল আছিল নিশ্বাস।খিৰিকীৰ কিৰিলিত তাইৰ গুপ্তঙ্গৰ তেজেৰে নদীখনি।তেজৰ নদীত ককবকাই  একেনিশাই মাকজনী হৈ জন্ম দিছিল কেইটামান চিগাৰেটৰ টুকুৰা আৰু একোটা কাঁচৰ বটল ।তাই শুনিছিল-মা',অ'মা।"অ'সোন !এই বুলি মতালৈ তাই চিৰকালৰ বাবে... । বটলৰ কোবত তাইৰ শেষ চকুপানী টুপিও বলাৎকাৰ হৈছিল পঞ্চাঙুলৰ বাটত ।

ৰিতু ভৰালী
পুৰণা গড়মূৰ কৈৱৰ্ত্য গাওঁ, যোৰহাট, ম.নম্বৰ  :  ৮১৩৩৯১২৯৯৫

Post a Comment

16 Comments

সুন্দৰ উপস্থাপন
Unknown said…
ৰিতু বঢ়িয়া হৈছে । সুন্দৰ
Sushmita Gogoi said…
সুন্দৰ লিখনি
Unknown said…
সুন্দৰ লিখনি
Maina said…
সুন্দৰ ,
আগুৱাই যোৱা ,
Unknown said…
বঢ়িয়া হৈছে ককাই 🔥
Dip jyoti Das said…
RITU , dhuniya hoisa,
Aru Aag bahi juaa
Unknown said…
This comment has been removed by the author.
Unknown said…
ধুনীয়া হৈছে ❤️
সুন্দৰ লিখনি
Unknown said…
সুন্দৰ লিখনি
Unknown said…
Wonderful bro❤