নীলা খামৰ চিঠি লিখা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা


অংকুৰণ প্ৰকাশনৰ উদ্যোগত আয়োজিত নীলা খামৰ চিঠি লিখা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতাত ২৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। কেইবাজনো অভিজ্ঞ ব্যক্তিৰ বিবেচনা মৰ্মে তেওঁলোকৰ মাজৰ পৰা শ্ৰেষ্ঠ তিনিখন চিঠিৰ লেখক নিৰ্বাচন কৰি উলিওৱা হৈছে। এই প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকল হৈছে-

প্ৰথম স্থান প্ৰাপ্ত প্ৰতিযোগীঃ
বিশ্ব বৰুৱা, যোৰহাট

দ্বিতীয় স্থান প্ৰাপ্ত প্ৰতিযোগীঃ
নেইনা বৰঠাকুৰ, গোলাঘাট

তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগীঃ
লক্ষ্যজিৎ শইকীয়া, কাৰ্বি আংলং 

(নীলা খামৰ চিঠি শিতানত অংশগ্ৰহণ কৰা প্ৰতিজন প্ৰতিযোগীলৈ অংকুৰণ প্ৰকাশনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হ'ল। লগতে বিজয়ী তিনিওজন প্ৰতিযোগীলৈ শীঘ্ৰে প্ৰকাশনৰ তৰফৰ পৰা ডাকযোগে সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰা হ'ব।)

Post a Comment

0 Comments