অংকুৰণ ৰঙালী বিহু ম'ডেল প্ৰতিযোগিতা (2020) ৰ ফলাফল ঘোষণা

প্ৰথম পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগী


কল্পদীপ নাথ
ক্ৰমিক নং ঃ ১৬৩
শ্ৰেণীঃ চতুর্থ
বিদ্যালয়ঃ গ'ল্ড লাইন মডেল হাইস্কুল, চাৰিং, শিৱসাগৰ।

দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগী


মিছ তছলিনা বেগম
ক্ৰমিক নং ঃ ১৩৪
শ্ৰেণী- দশম,
বিদ্যালয়-টীয়ক জাতীয় বিদ্যালয়।

তৃতীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগী


পাৰাকাষ্ঠা শইকীয়া
ক্ৰমিক নং ঃ ১৮৩
শ্ৰেণী:- দ্বিতীয়
বিদ্যালয়ঃ চেইণ্ট জেবিয়াৰ্চ হায়াৰ চেকেণ্ডেৰী স্কুল,দুলীয়াজান।

সৰ্বোচ্চ দৰ্শন হোৱা ছবিখন


অনুস্পা দেৱী
ক্ৰমিক নং ঃ ৬৪
শ্ৰেণী: তৃতীয়
বিদ্যালয়: গল্ড লাইন মডেল স্কুল, চাৰিং, শিৱসাগৰ

(অংকুৰণ ৰঙালী বিহু ম'ডেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইবোৰ প্ৰতিযোগীলৈ অংকুৰণ প্ৰকাশনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে নিৰ্বাচিত প্ৰতিযোগীসকলক জনোৱা হ'ল যে সাম্প্ৰতিক জটিল পৰিস্থিতিৰ অৱসান ঘটাৰ লগে লগে ডাকযোগে অথবা আমাৰ প্ৰতিনিধিৰ জৰিয়তে তেওঁলোকৰ পুৰস্কাৰসমূহ প্ৰেৰণ কৰা হ'ব।)

Post a Comment

0 Comments