চতুৰ্থ বাৰ্ষিক ৰচনা প্ৰতিযোগিতা সম্পৰ্কীয় ঘোষণা


আগন্তুক ১৯ এপ্ৰিল তাৰিখে বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বাৰ্ষিক ৰচনা প্ৰতিযোগিতাখন সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। এই সম্পৰ্কে অংকুৰণৰ সমূহ প্ৰতিনিধি, অকণিহঁতৰ লগতে অভিভাৱক-অভিভাৱিকা সকলক অৱগত কৰোৱা হ'ল।

সম্পাদক
অকণিৰ অংকুৰণ
(১১-০৪-২০২০)

Post a Comment

0 Comments