আগন্তুক ১৯ এপ্ৰিল তাৰিখে বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বাৰ্ষিক ৰচনা প্ৰতিযোগিতাখন সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। এই সম্পৰ্কে অংকুৰণৰ সমূহ প্ৰতিনিধি, অকণিহঁতৰ লগতে অভিভাৱক-অভিভাৱিকা সকলক অৱগত কৰোৱা হ'ল।

সম্পাদক
অকণিৰ অংকুৰণ
(১১-০৪-২০২০)