অংকুৰণ প্ৰকাশন

অংকুৰণ প্ৰকাশনলৈ স্বাগতম

মাজুলীৰ পৰা মই সঞ্জয় ঘোষে কৈছোঁ

প্ৰায় তিনিটা বছৰ যিখন কিতাপ বিচাৰি বিচাৰি চলাথ কৰিছিলোঁ, যিখন কিতাপে মাজুলীৰ লগতে সমগ্ৰ অসমবাসীৰ অতীতৰ এটা অতি মৰ্মান্তিক বাস্তৱ কাহিনীৰ প্ৰতিনিধিত্ব কৰিছে, সেই কিতাপখন এইবাৰ মাজুলীলৈ যাওঁতে সাংবাদিক দাদা এজনে বিচাৰি দিলে। দাদাজনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে গ্ৰন্থখনৰ লেখক গোবিন কুমাৰ খাউন্দ দাদালৈও থাকিল অশেষ ধন্যবাদ।

Post a Comment

0 Comments