অণুগল্পঃ প্ৰতিযোগী ২০

 


নাৰী নিৰ্যাতন

দুপৰীয়া ভাত খাই আতাইয়ে টিভিত বাতৰি চায় থাকোতে বাতৰিত পঢ়িলে, "দেশত নাৰী নিৰ্যাতন বাঢ়িবলৈ ধৰিছে। প্ৰত্যেক দিনাই বহু নাৰী নিৰ্যাতনৰ বলি হ'ব লগা হৈছে।" বাতৰিটো শুনি শেৱালী মনত কান্দিছে চিঞৰি চিঞৰি কব মন গৈছে কিয় নাৰী হৈ জন্ম ললোঁ!"
ৰবিয়ে কৈছে, "এদিন এনেকুৱা পৰিস্থিতি আহিব পুৰুষ বুলি ক'লে নাৰী জাতিটোৱে ঘৃণা কৰিব।


বিব্ৰত অনুপল মৰাণ
ভ্ৰাম্য  9365588443
জিলা : তিনিচুকীয়া, অসম

Post a Comment

6 Comments

বহুত ভাল লাগিল। emotional কৰি দিলে। আপোনাৰ লেখনিসমূহ পঢ়ি খুব ভাল লাগে। আপুনি সাহিত্য দিশত আগ বাঢ়ি যাওক।
Unknown said…
সুন্দৰ হৈছে
Unknown said…
ভাল লাগিল পঢ়ি দাদা