অণুগল্পঃ প্ৰতিযোগী ১৪

 

ৰ'দ বিহীন  ৰ'দালী

প্ৰমানৰ অভাবত সাৰি গ'ল বহুজাতিক কোম্পানীৰ স্বতাধিকাৰী সুৰেশ বৰুৱা। বন্ধ কোঠাত আবদ্ধ হ'ল ৰ'দালী। মাথো এশাৰী বাক্য মোক যাবলৈ দিয়ক,মা ৰৈ আছে...।

স্বাগতা বৰুৱা
পুৰণিগুদাম,গোসাইগাওঁ,নগাঁও
দুৰভাষ:৮৭২১৮৮০৮২৪

Post a Comment

1 Comments

Unknown said…
Dhuniya lagise dei 🥰