অণুগল্পঃ প্ৰতিযোগী ১৩

 


অনুগত ভৃত্য


হঠাৎ এদিন বিনা মেঘে পৰা ব্ৰজপাতে ৰ'জলীনাৰ ডক্টৰেট ডিগ্ৰী লোৱাৰ আশাত চেঁচাপানীহে ঢালিলে! তাই মাকক কৈছিল যে ডক্টৰেট ডিগ্ৰী নহলেও চাকৰি কৰাৰ যোগ্যতা তাইৰ আছে ।নাও ডুবিলেও টিঙৰ পৰা ননমা পৰিয়াল টিয়ে উৰহী গছৰ ওৰ নিবিচাৰি ডিগ্ৰীটোতহে হেঁচা দিলে ।যিদিনা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতেই তাইৰ সফলতাত তত্ত্বাৱধায়ক জনৰ নামটো দেখা পাইছিল, তাইৰ বাবে কাকতখনো যেন অশুচি  হৈ পৰিল ।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও, গোলাঘাট
ফোন -8011850172


Post a Comment

0 Comments