অংকুৰণ প্ৰকাশন

অংকুৰণ প্ৰকাশনলৈ স্বাগতম

ষষ্ঠ বাৰ্ষিক গ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতা ২০২৬ৰ প্ৰবন্ধ শিতানৰ ফলাফল ঘোষণা...

অংকুৰণ প্ৰকাশনৰ উদ্যোগত আৰু মাহেকীয়া ই-আলোচনী অঙ্গনৰ সহযোগত আয়োজিত ২০২৬ বৰ্ষৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ প্ৰবন্ধ শিতানৰ ফলাফল ঘোষণা কৰা হৈছে।


এই শিতানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী সন্মানীয় লেখক-লেখিকালৈ অংকুৰণ প্ৰকাশন আৰু 'অঙ্গন' আলোচনীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ থাকিল।

উল্লেখ্য যে আগন্তুক ২৪ অক্টোবৰ তাৰিখ শনিবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিজয়ীসকলক পুৰস্কৃত কৰা হ'ব।

Post a Comment

0 Comments