অংকুৰণ প্ৰকাশনৰ উদ্যোগত আৰু মাহেকীয়া ই-আলোচনী অঙ্গনৰ সহযোগত আয়োজিত ২০২৬ বৰ্ষৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ উপন্যাস শিতানৰ ফলাফল ঘোষণা কৰা হৈছে।
এই শিতানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী সন্মানীয় লেখক-লেখিকালৈ অংকুৰণ প্ৰকাশন আৰু 'অঙ্গন' আলোচনীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ থাকিল।
উল্লেখ্য যে আগন্তুক ২৪ অক্টোবৰ তাৰিখ শনিবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিজয়ীসকলক পুৰস্কৃত কৰা হ'ব।


0 Comments