অণুগল্পঃ প্ৰতিযোগী ২২

 


ক'লা ডাৱৰ আঁতৰাই

কাজল সনা দুচকু, ওঁঠত ৰাঙলী আভা, মিঠা হাঁহি এটি লাগি থকা মুখখনি একেবাৰে বেলি ফুল লেখিয়া l মুক্ত জীৱনে আঁকি দিয়া ৰামধেনুখনত নাছি বাগি ফূৰিছিল তাইৰ সৰু বৰ সপোনবোৰ l হোমৰ গুৰিতো একে সপোন দেখা তাই কিন্তু সন্মুখীন হৈছিল অনাকাংশিত বাস্তৱৰ। জীৱনৰ ৰঙবোৰ বিবৰ্ণ হৈ আহিছিল, জঁই পৰি গৈছিল তাই l বহু শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অন্তত তাই মূৰ দাঙি থিয় দিছিল, সিন্ধান্ত লৈছিল তাইৰ মাজত স্থিতি লোৱা জীৱনটোক সুৰক্ষা দিয়াৰ, তাইৰ কণ্যা ভ্ৰুণটোক ভূমিষ্ঠ কৰোৱাৰ l আৰু আজি তাইজনীয়ে আদালতৰ পৰা ওলাই আহিছে সপ্ৰতীভ হৈ, মুক্ত হৈ l 

ড০ জ্যোতিশিখা দত্ত
ৰাধা গোৱিন্দ বৰুৱা ৰোড
জু ৰোড, গুৱাহাটী
দূৰভাষ : ৭৫৭৮০২৭২৪৪, ৭০০২১২০০২১

Post a Comment

15 Comments

Unknown said…
Beautifully written..awwsm👌👌
Unknown said…
সুন্দৰ প্ৰকাশশৈলীৰে সুন্দৰ অণুগল্প 👌
Luicy said…
Keeping writing ! Keep inspiring !
Unknown said…
Bhal lagi,sundor prokash xoili
deepshikha said…
Lovely Baidew. Keeping inspiring and writing.
Unknown said…
সুন্দৰ। ভাল লাগিল।
Donald Trump said…
Wow! Loved every line! Very nice! Keep it up!
Chaya Dutta said…
সুন্দৰ। ভাল লাগিল।q
Unknown said…
বহুত ভাল হৈছে,আপোনাৰ লিখনীবোৰ পঢ়ি সদায় ভাল লাগে। এনেদৰে লিখি থাকিব‌🤟👍
Biki said…
Bohut val lagil
Unknown said…
This comment has been removed by the author.
Unknown said…
অবাঞ্চিত বাস্তব ঘটনাৰ সুন্দৰ উপস্থাপন
Unknown said…
অতি সুন্দৰ ।