স্বৰচিত কবিতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা


অংকুৰণ প্ৰকাশনৰ পৰা আয়োজিত
স্বৰচিত কবিতা প্ৰতিযোগিতাৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে।
ফলাফল সমূহ এনেধৰণঃ

প্ৰথম স্থানঃ
কবিতাৰ শিৰোনামঃ ব'হাগ আশাৰ নিৰোগী বীজ
কবিঃ মধুমিতা বৰুৱা শইকীয়া
ঠিকনাঃ বামুনিমৈদাম, গুৱাহাটী

দ্বিতীয় স্থানঃ
কবিতাৰ শিৰোনামঃ বিবৰ্ণ ব'হাগ
কবিঃ ঋতুপৰ্ণা দত্ত
ঠিকনাঃ টীয়ক, যোৰহাট

তৃতীয় স্থানঃ
কবিতাৰ শিৰোনামঃ তিমিৰাচ্ছন্ন আকাশত ঋতুৰাজ বসন্ত
কবিঃ পাৰ্থ প্ৰতীম নাথ
ঠিকনাঃ চাৰিং, শিৱসাগৰ।

বিজয়ী আটাইকেইজন প্ৰতিযোগীলৈ অংকুৰণ প্ৰকাশনৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে কাব্যজগতত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। উল্লেখ্য যে কিছু কাৰিকৰী অসুবিধাৰ বাবে নিৰ্দিষ্ট সময়ত আমি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিব নোৱাৰিলোঁ। তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। প্ৰকাশনৰ তৰফৰ পৰা বিজয়ী প্ৰতিযোগীলৈ শীঘ্ৰে মানপত্ৰ আৰু কিতাপৰ টোপোলা প্ৰেৰণ কৰা হ'ব।

Post a Comment

0 Comments